Dear Colleagues 

    Please write 3 sentences on today's workshop of Information technology

শ্ৰদ্ধেয় সহকৰ্মীসকল,

    আজি অনুস্থিত  হৈ যোৱা তথ্য প্ৰযুক্তি কৰ্মশালাখনৰ বিষয়ে তিনটা বাক্যত লিখা!

Comments

  1. আজিৰ কৰ্মশলাতোত উপস্থিত থাকি বহুতেই ভাল লাগিল ।বিষেশকৈ E-Mail,vlog সম্পৰ্কে আৰু ভালকৈ জানিবলৈ পালো।আগন্তুুক দিনতো এনেকুৱা কৰ্মশলা পাম বুলি আশা কৰিছো।

    ReplyDelete
  2. আজিৰ কৰ্মশালাত থাকি বহুত কথা জানিলোঁ‌। ব্লগত কমেন্ট দিবলৈ বহুত চেষ্টা কৰিছিলোঁ‌ কিন্ত পৰা নাছিলো ।এতিয়া পৰা হলোঁ‌।
    আটাইলৈ ধন্যবাদ।

    ReplyDelete
  3. I was glad to participate in the workshop. I have learned a lot from today's workshop like how to create Gmail ID and blog and their right usage.
    Thanks to ASI team and Musadiqu sir for conducted the workshop.

    ReplyDelete
  4. আজিৰ কৰ্মশালা অনুষ্ঠানত উপস্হি থাকিবৈ পাই মই নিজোক বহুত সুখ অনুভব কৰিছো। কাৰণ এই কৰ্মশালাৰ যোগেদি আমি বহুত নজনা কথা জানিবলৈ সক্ষম হৈছো। নতুন Gmail ID বনোৱা Blog ত Comment এইবোৰ।
    আশা কৰিছোঁ আগলৈ আৰু এনেকৈ কৰ্মশালা অনুষ্ঠান আয়োজন কৰে।

    ReplyDelete
  5. I have gained some knowledge about gmail and vlog.
    Thanks for giving me an opportunity to join this IT work shop.
    Over all work shop is good.
    Thanks Mosaddique Hussain and your greate efforts.

    ReplyDelete
  6. আজিৰ কৰ্মশালাত আলোচোনা মৰ্মে আমি বহুতো মূল্যবান নজনা কথা শিকিবলৈ পালো বহুত বহুত ধন্যবাদ থাকিল । আৰু এনেকুৱা অভিজ্ঞতাৰে ভৰপূৰ কৰ্মশালাত উপস্থিত থাকিব পাম বুলি আশাবাদী । আজি কৰ্মশালা সুচাৰু ৰূপে চলাই লৈ যোৱাৰ বাবে মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

    ReplyDelete
  7. বদিউৰ জামান(নলবাৰী)

    পোন প্ৰথমে মোছাদ্দিক হুচেইন ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ ৷ আজিৰ তথ্য আৰু প্ৰযুক্তিৰ কৰ্মশালাৰ জৰিয়তে ই-মেইল, আৰু ব্লগৰ বিষয়ে জানিব পাৰিছো ৷তথ্য আৰু প্ৰযুক্তিৰবিদ্যাৰ সম্পৰ্কে বহুত শিকিব লগীয়া
    আছে ৷ সেয়েহে আগলৈ কৰ্মশালাৰ প্ৰয়োজনবোধ কৰো ৷

    ReplyDelete
  8. আজিৰ কৰ্মশালাত ইণ্টাৰনেটৰ বহুতো নজনা বস্তু জানিব পাৰিছোঁ ।
    Gmail ID বনোৱা, blog ত comment দিয়া আৰু mail পঠোৱা আদি শিকিলোঁ । আশা কৰোঁ আগন্তুক দিনত ইণ্টাৰনেটৰ কৰ্মশালা সপ্তাহত এদিন কৈ দিলে মই বহুত উপকৃত হম ।

    ReplyDelete
  9. আজিৰ কৰ্মশালা ত অংশগ্রহণ কৰি যথেষ্ট খিনি শিকিব পাৰিলো। বিশেষকৈ ই-মেইলৰ চি চি তদুপৰি ব্লগ সম্পর্কে কিছু কথা শিকিলো।।

    ধন্যবাদ।

    ReplyDelete
  10. IT workshop is very good which presented by Mossadique Hussain I have learn creating google account,e-mail id, use of blog and sending attachment of file in email from this workshop and thanks for held IT workshop.

    ReplyDelete
  11. Yesterday we discussed about Technology Training for Basic of Introduction Technology. It's very important and helpful for us. Because on yesterday's discussion we got to learn many things. This are: 1) How we can Create Google Accounts: Like- G-mail or E-mail own personal G-mail address I.D, in Android mobiles.
    2) How we can Sent letters in Mail- for others with CC and also BCC.
    3) We can know that, what is BLOG- and how to write Comments on a particular Blog.
    4) Another we can know that, who is the Creator of E-mailed or Google.
    5) Another we know that, what is meaning of CC, in mail and why we all use CC or BCC in mail.
    6) Another we can know that, G-mail Application. Like- How to Sent from you to Others mail-id.

    ReplyDelete
  12. নাম:- ছাদ্দাম হুছেইন
    জিলা :- বঙাইগাঁও
    আজিৰ কৰ্মশালাৰ জৰিয়তে Technology ৰ ওপৰত ভালেই খিনি জ্ঞান লাভ হ'ল।
    বিশেষকৈ Gmail ৰ ওপৰত আলোচনাৰ পৰা Gmail সম্পৰ্কে কিছুমান কাম কৰা শিকিলো।তাৰ উপৰিও Blog ৰ কামো শিকিলো।

    মোৰ মতে Technology ৰ ওপৰত
    আমাক Offline ত Workshop দিব লাগে ।
    কাৰণ কিছুমান কাম Online ৰ জৰিয়তে কৰিবলৈ সমস্যা দেখা দিয়ে ।
    ধন্যবাদ

    ReplyDelete
  13. আজিৰ কৰ্ম শালাত Gmail, create ,mantain আদি শিকিলোঁ
    লগতে Blog যিকোনো লিংকৰ সহায়ত চাব পাৰি ইত্যাদি

    ReplyDelete
  14. Name:-Mohela Khatun.
    Dist:- Bongaigaon.

    আজিৰ কৰ্ম শালাত Technical বিষয়ত বহুত কথা জানিব পাৰিলো। বিশেষকৈ G-mail,Blog আৰুC.C ৰ আদি বিষয়ৰ ওপৰত জ্ঞান লাভ কৰিলো। পিছলৈ এনেকুৱা কৰ্ম শালা পাতি আমাক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ।

    ReplyDelete
  15. Name -Sarajani Baro
    From -Nalbari
    Ajir karmokholat upostit thaki bohud val lagil aru bohud kotha khikibo parisu

    ReplyDelete

Post a Comment

Popular posts from this blog

DEREK- a village full of greenery

মোৰ গাওঁ