আজিৰ শিক্ষণ কৰ্মশালাত আমি গম পালো যে কিছুমান শব্দ বা বাক্য ভুল হয়। সেইবোৰ আমি কেনেকৈ আৰু উত্তম শ্ৰেণীলৈ নিব পাৰো ইয়াৰ বিষয়ে আলোচনা কৰো। গ্ৰন্থ, উপন্যাস, চুটি গল্প বা আৰু বহুতো ধৰণৰ ভাল ভাল কিতাপ আছে সেইবোৰ পঢ়িও আমি শব্দ, বাক্য আৰু নিজৰ ভুল হোৱা কিছুমান আমি শুধৰাব পাৰো।
নাম :- ছাদ্দাম হুছেইন জিলা :- বঙাইগাঁও । উল্লেখিত গ্ৰন্থ মেলা নামৰ চুটি গল্প টোৰ পৰা বহুতো কথা জানিব পাৰিলো । উল্লেখ কৰা মতে , সভ্য আৰু শিক্ষিত সমাজ গঢ়লৈ উঠা এক বিশেষ মেলা গ্ৰন্থ হʼল জ্ঞানৰ ভাণ্ডাৰ । গতিকে গ্ৰন্থমেলা আধুনিক সমাজৰ বাবে এক অপৰিহাৰ্য্য অনুষ্ঠান । গতিকে আমি যিমানেই কিতাপ পঢ়িব পাৰিম সিমানেই আমাৰ জ্ঞান বৃদ্ধি হ'ব । আমি গ্ৰন্থ মেলাৰ জৰিয়তে বিভিন্ন ধৰণৰ আৰু চাহিদা অনুযায়ী কিতাপ বোৰ কিনিব । কিন্তু সাধাৰণতে দেখা যায় আমি গ্ৰন্থ মেলাত যায় মেলাৰ সোন্দৰ্য্য নষ্ট কৰি থাকো।যি উদ্দেশ্য পতা হয় সেই উদ্দেশ্যে সফল নহ'য় । আমাৰ সমাজ খন শিক্ষিত কৰিবলৈ স্কুল কলেজৰ লগতেও গ্ৰন্থ মেলাৰো ওপৰত গুৰুত্ব দিব লাগিব।
Ajir bhakha shikhon kormoshalat ami kowa bhakha bor shudho koi kobolage.kinuman shobdho ba bako bhul hole ami kaneki hudho koribo paro ta oprat alochana kora hoi logate akhomiya bekaron ,galpho,kovita,batori kakot,adhi pori ami horu-horu bhul bor shodho koribo paro.
ভাষা হৈছে এক যোগাযোগৰ মাধ্যম ৷ভাষাৰ জৰিয়তে এজনে আনজনৰ ওচৰত মনৰ ভাৱ প্ৰকাশ কৰে ৷ভাষাৰ পৰিসৰ বহুত ব্যাপক ৷ আজিৰ এই ভাষা শিক্ষণ কৰ্মশালাৰ মাধ্যমেৰে বহুতো বিষয় আলোচনা কৰা হৈছেঃ ১. কোনবোৰ শব্দ ভুল আৰু কোনবোৰ ভুল নোহোৱা শব্দ আছে তাৰ ওপৰত কিছু আলাপ-আলোচনা কৰা হৈছে ৷ ২. ভুল হোৱা বাক্য আৰু ভুল নোহোৱা বাক্যৰ ওপৰতো আলাপ-আলোচনা কৰা হৈছে৷ ৩. আমি মাতৃভাষা লিখোতে ভুল হোৱাৰ কাৰণ সম্বন্ধে ব্যাখ্যা কৰা হৈছে ৷ ৪. কেনেকুৱা ধৰণৰ কাৰ্য-কলাপৰ মাজেৰে ভুল হৈ থকা শব্দবোৰ আৰু বাক্যবোৰ অলপ হলেও নিৰ্মূল কৰিব পৰা যাব সেই সম্পৰ্কেও আলোচনা কৰা হয় ৷
নাম:- ছাদ্দাম হুছেইন জিলা :- বঙাইগাঁও আজিৰ কৰ্মশালাৰ জৰিয়তে অসমীয়া ভাষা ওপৰত বিভিন্ন ধৰণৰ আলোচনাৰ পৰা বহুতো জ্ঞান লাভ কৰিব পাৰিলো। অসমীয়া ভাষা কবলৈ আৰু লিখিবলৈ কিছুমান ভূল হৈ যায় আৰু সেই ভূল বোৰ আমি কেনেকৈ ঠিক কৰিব পাৰো । আমি যদিও ভুল কৰি শিকিছিলো কিন্তু আমি যাতে ছাত্ৰ ছাত্ৰীক ভুলকৈ শিকাব লগা নহয়। কোন শব্দৰ ক্ষেত্ৰত কোন বৰ্ণ যোগ হলে শব্দ টো সম্পূৰ্ণ হ'ব। প্ৰতিটো কথিত ভাষা যে লিখিত ভাষা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো আদি বিভিন্ন ধৰণৰ অভিজ্ঞতা হ'ল।
Mintho Sangma Derek is one of the oldest, most significant, and memorable villages among the Garo villages in Goalpara (Assam). The population of the village is more than 2,500. The main sources of the village are cultivation, gardening and so on, and people mostly depend on natural resources. The river Jinjiram flows through the face of the village and people could depend on it for fishing. Numerous streams flow from the hills within and around the village and irrigate the cultivating fields. The village was very much greenish in summer because of the paddy cultivation. At the earliest, the village was covered with thick jungles with numerous wild animals. Later, as the population grows the wild animals began to disappear moving behind to the deeper jungles. Still, numerous birds and little wild animals have existed. The village was divi ded into seven sectors or blocks i.e. Songma, Rokkepa, Nay...
কিতাপ,গল্প,গ্ৰন্থ পঢ়াৰ অভ্যাস কৰা উচিত । কিছুমান গল্প,গ্ৰন্থত বহুতো মূল্যাৱান জ্ঞান আমি অৰ্জুন কৰিব পাৰোঁ। গ্ৰন্থ হৈছে এটা জ্ঞানৰ ভৰাঁল।
ReplyDeleteName- Purbajyoti Rabha
ReplyDeleteআজিৰ শিক্ষণ কৰ্মশালাত আমি গম পালো যে কিছুমান শব্দ বা বাক্য ভুল হয়। সেইবোৰ আমি কেনেকৈ আৰু উত্তম শ্ৰেণীলৈ নিব পাৰো ইয়াৰ বিষয়ে আলোচনা কৰো।
গ্ৰন্থ, উপন্যাস, চুটি গল্প বা আৰু বহুতো ধৰণৰ ভাল ভাল কিতাপ আছে সেইবোৰ পঢ়িও আমি শব্দ, বাক্য আৰু নিজৰ ভুল হোৱা কিছুমান আমি শুধৰাব পাৰো।
This comment has been removed by the author.
ReplyDeleteShahinur Islam, Bongaigaon
ReplyDeleteআজি ভাষা শিক্ষণ কৰ্মশালাত বহুতো গুৰুত্বপূৰ্ণ কথা আলোচনা হৈছে। আমাৰ মাতৃ ভাষা কোৱাৰ সময়ত বা লিখাৰ সহায়ত যাতে ভূল নহয় সেই বিষয়ে আলোচনা হৈছে । অসমীয়া ভাষাৰ অভিধান আৰু ব্যাকৰণ আদিৰ ওপৰত চৰ্চা কৰি আমাৰ সৰু সুৰা ভূলবোৰ শুধৰণি কৰিব পৰোঁ।
Shona ullah sheikh
ReplyDeleteGoalpara
গ্ৰন্থমেলাত সকলো সাহিত্যিকৰ বহুতো ধৰণৰ কিতাপ পোৱা যায়। এইমেলাত বিপ্লৱহঁতে ভুপেন হাজৰিকাৰ কিতাপ আৰু বনলতা প্ৰকাশনৰ কিতাপ বিচাৰি মেলাত উপস্থিত হৈছে । মেলাত বহুতো মানুহ সমাগম হয় তাৰে কিছুমানে কিতাপ কিনে আৰু অন্যান্য বস্তু কিনে আৰু শতকৰা চল্লিশ জন মানুহ মেলা চাবলৈ যায়। গ্ৰন্থমেলাত বৰ্তমান সময়ত সকলো ধৰণৰ বস্তু পোৱা যায়। যেনে - বস্ত্ৰ, নানা ধৰণৰ সামগ্ৰী, খাদ্য, খেলনা, পুতলা, গান-বাজনা ইত্যাদি পোৱা যায়। বৰ্তমান সময়ত ছাত্ৰ -ছাত্ৰীবোৰে মোবাইল ফোন, কম্পিউটাৰ আদিলৈ গোটেই দিন ব্যস্ত থাকে । কিতাপ পঢ়াৰ সময় নিদিয়ে আৰু ভাল ভাল কিতাপ আলোচনী আদি পঢ়াৰ সময় নিদিয়ে । কিতাপ পঢ়িলে জ্ঞান অৰ্জন কৰিব পাৰিব আৰু ভাষা শুদ্ধকৈ কব আৰু লিখিব পাৰিব।
Natya Rabha
ReplyDeleteগ্ৰন্থমেলা হ'ল বিশিষ্ট লেখক সকল ৰ কিতাপ সমূহ বিক্রীৰ বাবে প্ৰদৰ্শন কৰা এক অনুষ্ঠান। এই গ্ৰন্থ মেলাত মানুহে পচন্দ মতে লেখক-লেখিকা এজনৰ কিতাপ সমূহ ক্ৰয় কৰিব পাৰি। এই গ্ৰন্থ মেলাত বহুত দূৰ-দূৰনিৰ পৰা মানুহবোৰ আহে আৰু কিতাপবোৰ লৈ যায়। অৱশ্যে কিছু মানে এনে মনোৰঞ্জন ৰ বাবেও গ্ৰন্থ মেলাত ফুৰিবলৈ যায়। আজিকালি মানুহে মোবাইল, ফেছবুক, ইন্টানেট আদিৰ পৰা কিছু লেখক- লেখিকাৰ গ্ৰন্থ বোৰ পঢ়ে কিন্তু এই ব্যৱস্থা ৰ দ্বাৰা সিমান উপযোগী নহয়৷ যিটো সময়ত নিজৰ জ্ঞান বঢ়োৱাৰ বাবে পঢ়াৰহে সময় আছিল সেইটো সময়ত এচাম মানুহে গ্ৰন্থ কিতাপ পঢ়াৰ অভ্যাস এৰি মোবাইল, ফেছবুক-ফেছবুক-ইন্টাৰনেটহে বেছি গুৰুত্ব দিছে। যাৰ ফলত লেখক-লেখিকা সকলৰো কিতাপ সমূহ বিক্রীৰ হাৰ কমি গৈছে আৰু লেখনি সমূহ কৰাৰ ইচ্ছাৰো কমি যোৱা যেন অনুভৱ হৈছে
।োোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোোো
নাম :- ছাদ্দাম হুছেইন
ReplyDeleteজিলা :- বঙাইগাঁও ।
উল্লেখিত গ্ৰন্থ মেলা নামৰ চুটি গল্প টোৰ পৰা বহুতো কথা জানিব পাৰিলো ।
উল্লেখ কৰা মতে , সভ্য আৰু শিক্ষিত সমাজ গঢ়লৈ উঠা এক বিশেষ মেলা গ্ৰন্থ হʼল জ্ঞানৰ ভাণ্ডাৰ । গতিকে গ্ৰন্থমেলা আধুনিক সমাজৰ বাবে এক অপৰিহাৰ্য্য অনুষ্ঠান । গতিকে আমি যিমানেই কিতাপ পঢ়িব পাৰিম সিমানেই আমাৰ জ্ঞান বৃদ্ধি হ'ব ।
আমি গ্ৰন্থ মেলাৰ জৰিয়তে বিভিন্ন ধৰণৰ আৰু চাহিদা অনুযায়ী কিতাপ বোৰ কিনিব । কিন্তু সাধাৰণতে দেখা যায় আমি গ্ৰন্থ মেলাত যায় মেলাৰ সোন্দৰ্য্য নষ্ট কৰি থাকো।যি উদ্দেশ্য পতা হয় সেই উদ্দেশ্যে সফল নহ'য় ।
আমাৰ সমাজ খন শিক্ষিত কৰিবলৈ স্কুল কলেজৰ লগতেও গ্ৰন্থ মেলাৰো ওপৰত গুৰুত্ব দিব লাগিব।
Saddam Hussain.from Bongaigaon
ReplyDelete১, কিতাপৰ সলনি বেলেগ বেলেগ বস্তু বিক্ৰী বেছি ভাগ হয়
২,যুৱ চামে গ্ৰন্থ মেলাক সময় কটোৱাৰ বাবে ব্যৱহাৰ কৰে
৩,মানুহে গ্ৰন্থ মেলাত কিতাপৰ সলনি বেলেগ বস্তু বিক্ৰী বা কিনিব লৈ যায়
৪, কিছুমান মানুহে ধনাট্যৰ প্ৰমাণ কৰিবলৈ যোৱা যেন লাগে
৫, কিছু দিন পিছত গ্ৰন্থ মেলা নামটো ইতিহাস হৈ ৰব
Firoja khatun (Bongaigaon)
ReplyDelete''গ্ৰন্থমেলা'' নামৰ পাঠটো পঢ়ি আমি বহুতো কথাই উপলব্ধি কৰিলো যে,সমাজবোৰ সুস্থ -সবল আৰু প্ৰগতিশীল কৰিবলৈ আটাইতকৈ বেছি প্ৰয়োজন হ'ল গ্ৰন্থমেলাৰ । কাৰণ গ্ৰন্থ হ'ল জ্ঞানৰ ভাণ্ডাৰ। কিন্তু দেখা যায় বাণিজ্য মেলা বা বস্ত্ৰ মেলাত যিদৰে বেচা- কিনা হয় সেই অনুপাতে বস্ত্ৰ মেলাৰ অৱস্থা অতি শোচনীয়। ইয়াত খুব কম সংখ্যক মানুহ কিতাপ কিনিবলৈ আহে, কিছুমান মানুহ আকৌ ভদ্ৰতা ৰক্ষাৰ্থে কিতাপ কিনে। গ্ৰন্থ মেলাত বেছি ভাগ মানুহ আহে সময় অতিবাহিত কৰিবলৈ আৰু আধুনিকতা প্ৰকাশ কৰিবলৈ। আধুনিক পৰম্পৰা আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত মানুহে কিতাপ পঢ়াৰ প্ৰতি অমনযোগী হৈছে। অধিকাংশ লোকেই এতিয়া মোবাইল,লেপটপ, ফেচবুক, টুইটাৰ, ইন্টাৰনেট আদি ব্যৱহাৰ কৰি মনৰ খোৰাক যোগায় ফলত কিতাপ পঢ়াৰ প্ৰতি আকৰ্ষণ নোহোৱা হৈছে।
গ্ৰন্থ মেলা আচলতে কিতাপ- পত্ৰ বিক্ৰী কৰা মেলা বা অনুষ্ঠান । আমৰ কিতাপ, গ্ৰন্থ, গল্প পঢ়াৰ অভ্যাস কৰা উচিত। কিছুমান গ্ৰন্থত বহুতো মুল্যৱান জ্ঞান অৰ্জন কৰিব পাৰি । গ্ৰন্থ হৈছে জ্ঞানৰ ভাণ্ডাৰ ।
ReplyDeleteAjir bhakha shikhon kormoshalat ami kowa bhakha bor shudho koi kobolage.kinuman shobdho ba bako bhul hole ami kaneki hudho koribo paro ta oprat alochana kora hoi logate akhomiya bekaron ,galpho,kovita,batori kakot,adhi pori ami horu-horu bhul bor shodho koribo paro.
ReplyDeleteThis comment has been removed by the author.
ReplyDeleteGoalpara
ReplyDeleteAjir kormoshalar bakhah shikar 5 ta bakko hol.
*bakhah suddukoi porebo aru kobo large.
*shobdu bilak val utcharon koribo large.
* kothitho bakhah aru likhito r major parthoko ase.
*asomia grammar goroth poribo large.
*bakko porote suddukoi porebo aru jaye uthcharon bilak hunajaye jate.
ভাষা হৈছে এক যোগাযোগৰ
ReplyDeleteমাধ্যম ৷ভাষাৰ জৰিয়তে এজনে আনজনৰ ওচৰত মনৰ ভাৱ প্ৰকাশ
কৰে ৷ভাষাৰ পৰিসৰ বহুত ব্যাপক ৷ আজিৰ এই ভাষা শিক্ষণ কৰ্মশালাৰ মাধ্যমেৰে বহুতো বিষয় আলোচনা কৰা হৈছেঃ
১. কোনবোৰ শব্দ ভুল আৰু কোনবোৰ ভুল নোহোৱা শব্দ আছে তাৰ ওপৰত কিছু আলাপ-আলোচনা কৰা হৈছে ৷
২. ভুল হোৱা বাক্য আৰু ভুল নোহোৱা বাক্যৰ ওপৰতো আলাপ-আলোচনা কৰা হৈছে৷
৩. আমি মাতৃভাষা লিখোতে ভুল হোৱাৰ কাৰণ সম্বন্ধে ব্যাখ্যা কৰা হৈছে ৷
৪. কেনেকুৱা ধৰণৰ কাৰ্য-কলাপৰ মাজেৰে ভুল হৈ থকা শব্দবোৰ আৰু বাক্যবোৰ অলপ হলেও নিৰ্মূল কৰিব পৰা যাব সেই সম্পৰ্কেও আলোচনা কৰা হয় ৷
ধন্যবাদ
গ্ৰন্থমেলা'' নামৰ পাঠটো পঢ়ি আমি বহুতো কথাই উপলব্ধি কৰিলো যে,সমাজবোৰ সুস্থ -সবল আৰু প্ৰগতিশীল কৰিবলৈ আটাইতকৈ বেছি প্ৰয়োজন হ'ল গ্ৰন্থমেলাৰ । কাৰণ গ্ৰন্থ হ'ল জ্ঞানৰ ভাণ্ডাৰ। কিন্তু দেখা যায় বাণিজ্য মেলা বা বস্ত্ৰ মেলাত যিদৰে বেচা- কিনা হয় সেই অনুপাতে গ্ৰন্থ মেলাৰ অৱস্থা অতি শোচনীয়। ইয়াত খুব কম সংখ্যক মানুহ কিতাপ কিনিবলৈ আহে, কিছুমান মানুহ আকৌ ভদ্ৰতা ৰক্ষাৰ্থে কিতাপ কিনে। গ্ৰন্থ মেলাত বেছি ভাগ মানুহ আহে সময় অতিবাহিত কৰিবলৈ আৰু আধুনিকতা প্ৰকাশ কৰিবলৈ। আধুনিক পৰম্পৰা আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত মানুহে কিতাপ পঢ়াৰ প্ৰতি অমনযোগী হৈছে। অধিকাংশ লোকেই এতিয়া মোবাইল,লেপটপ, ফেচবুক, টুইটাৰ, ইন্টাৰনেট আদি ব্যৱহাৰ কৰি মনৰ খোৰাক যোগায় ফলত কিতাপ পঢ়াৰ প্ৰতি আকৰ্ষণ নোহোৱা হৈছে।
ReplyDeleteFiroja khatun ( Bongaigaon)
Name:- Mohela Khatun
ReplyDeleteDist:- Bongaigaon
গ্ৰন্থমেলা আচলতে কিতাপ-পত্ৰ বিক্ৰী কৰা মেলা বা অনুষ্ঠান। গ্ৰন্থ হৈছে জ্ঞানৰ ভাণ্ডাৰ। গ্ৰন্থ অধ্যয়ন কৰি মূল্যবান জ্ঞান অৰ্জন কৰিব পাৰি। আমাৰ সমাজখন উন্নতিৰ পথত আগুৱাই নিয়াত গ্ৰন্থমেলাৰ অতি প্ৰয়োজন। কিন্তু এই মেলা বিভিন্নজনে বিভিন্ন ধৰণে ব্যৱহাৰ কৰে। ইয়াৰ সঠিক ব্যৱহাৰ হ'লেহে আমাৰ সমাজ বা দেশ উপকৃত হ'ব। লগতে গ্ৰন্থ মেলাও চিৰ যুগমীয়া হৈ থাকিব।
বিনয় ডাউকা
ReplyDeleteকামৰূপ গ্ৰাম্য
আজিৰ ভাষা শিক্ষনৰ কৰ্মশালা টো আমাৰ বিশেষকৈ মোৰ কাৰনে এটা প্ৰয়োজনীয় অনুস্থান আছিল। কিয়নো এনেকুৱা কৰ্মশালা ৰ জৰিয়তে আমাৰ যিবিলাক ভুল থাকে সেই ভুলবিলাক শুধৰনি কৰাত লাভবান হোৱাযায়। আজিৰ কৰ্মশালাত যিকেইজনে ভাষা আৰু বাক্যৰ ভুল হোৱাৰ কাৰনে যি মতামত দাঙি ধৰিলে সেইবোৰ আমাৰ কাৰনে জানিবলগীয়া বিষয়।ইয়াৰ পৰা আমাৰ ভবিষ্যতে বানান আৰু বাক্যৰ ভুল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতা অৱলম্বন কৰিব পৰা যাব। আগন্তুক দিনত এনেকুৱা কৰ্মশালা অনুষ্ঠিত হ'ব বুলি আশা ৰাখিলোঁ।
This comment has been removed by the author.
ReplyDeleteপুৰবী পাঠক ।
ReplyDeleteজিলা - বঙাইগাঁও ।
আজি অনুষ্ঠিত হৈ যোৱা ভাষা
শিক্ষণ কৰ্মশালাৰ যোগেদি আমি
সাধাৰণতে ভুল কৰা শব্দ, বাক্যৰ
গাঠনিৰ লগতে ব্যাকৰণৰ বিষয়
আলোচনা কৰা হৈছে। এই সাধাৰণ
ভুলবোৰ নিৰ্মুল কৰিবলৈ হলে যে
আমি অভিধানৰ সহায় লব লাগে
কিতাপৰ মাজত নিজকে কিছু সময় দিব লাগে । লিখিত আৰু কথিত ভাষাৰ মাজৰ পাৰ্থক্যটো উল্লেখ কৰা হয় । কি কাৰ্যকলাপ দ্বাৰা লিখা
আৰু কোৱাটো বেছি উন্নতি কৰিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰা হয়।
মৌচুমী হালৈ
ReplyDeleteনলবাৰী জিলা
আজি অনুষ্ঠিত হোৱা ভাষা শিক্ষণ কৰ্মশালাটোৰ পৰা বহু উপকৃত হোৱা যেন অনুভৱ হৈছে। এই সমূহীয়া আলোচনাৰ পৰা ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত কেনেকৈ ভুল হয় আৰু তাক কেনেদৰে নিৰ্মূল কৰিব পৰা যায় সেয়া বুজিব পৰা গ'ল। আলোচ্য ক্ৰিয়াকলাপ সমুহৰ অভ্যাসৰ দ্বাৰা ভাষাৰ এনে ধৰণৰ ভুল সমূহ শুধৰণি কৰাত সহায় কৰিব । সেয়েহে এনে ধৰণৰ কৰ্মশালাৰ অধিক প্ৰয়োজন।
Name:- Mohela Khatun
ReplyDeleteDist:- Bongaigaon
আজিৰ ভাষা শিক্ষন কৰ্মশালাত তলত দিয়া বিষয় সমূহ আলোচনা কৰা হয়-
১/ শব্দৰ বানান ভূল সম্পৰ্কে।
২/ বাক্যৰ ব্যৱহাৰ সম্পৰ্কে।
৩/ সমচ্চাৰিত শব্দৰ পাৰ্থক্য সম্পৰ্কে।
৪/ যতি চিন ব্যৱহাৰ সম্পৰ্কে।
৫/ অভিধানৰ ব্যৱহাৰ সম্পৰ্কে।
SAMIYA KHATUN
ReplyDeleteগ্ৰন্থমেলা আচলতে কিতাপ- পত্ৰ বিক্ৰী কৰা মেলা বা অনুষ্ঠান । আমৰ কিতাপ, গ্ৰন্থ, গল্প পঢ়াৰ অভ্যাস কৰা উচিত। কিছুমান গ্ৰন্থত বহুতো মুল্যৱান জ্ঞান অৰ্জন কৰিব পাৰি । গ্ৰন্থ হৈছে জ্ঞানৰ ভাণ্ডাৰ । প্ৰগতিৰ পথত আগুৱাই নিয়াত গ্ৰন্থ মেলাৰ গুৰুত্ব অধিক। এই মেলাক কিছুমানে মনোৰঞ্জনৰ ঠাই হিচাপে ব্যৱহাৰ কৰে ্। ইয়াৰ সঠিক ব্যৱহাৰ হলে হে আমাৰ সমাজ বা দেশৰ উপকৃত হ'ব। লগতে গ্ৰন্থ মেলা চিৰ যুগমীয়া হৈ থাকিব।
Saddam Hussain.Bongaigaon আজিৰ কৰ্ম শালাত শব্দ, বাক্য আৰু উচ্চাৰণ শুদ্ধ কৈ কোৱা আৰু লিখা শিকিলোঁ।
ReplyDeleteঅসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত ভূল ধাৰণা বিলাক আতৰ কৰিলোঁ
কমা, দাঢ়ী ,চন্দ্ৰ বিন্দুৰ ব্যৱহাৰ শিকিলোঁ।
লগতে আৰু বহুতো নতুন নতুন ধাৰণা শিকিলোঁ
Arjina parbin. Bongaigoan
ReplyDeleteআজি ভাষা শিক্ষণ কৰ্মশালাত তলত দিয়া বিষয় সমূহ আলোচনা কৰা হয়।
আমি কোৱা ভাষাবোৰ শুদ্ধকৈ কব লাগে
কিছুমান শব্দ বা বাক্য ভুল হ'লে আমি কেনেকৈ শুদ্ধ কৰিব পাৰো।
শব্দৰ বানান ভুল সম্পৰ্কে।
যতি চিন ব্যৱহাৰ সম্পৰ্কে আলোচনা।
ব্যাকৰণ সম্পৰ্কে আলোচনা।
নাম:- ছাদ্দাম হুছেইন
ReplyDeleteজিলা :- বঙাইগাঁও
আজিৰ কৰ্মশালাৰ জৰিয়তে অসমীয়া ভাষা ওপৰত বিভিন্ন ধৰণৰ আলোচনাৰ পৰা বহুতো জ্ঞান লাভ কৰিব পাৰিলো।
অসমীয়া ভাষা কবলৈ আৰু লিখিবলৈ কিছুমান ভূল হৈ যায় আৰু সেই ভূল বোৰ আমি কেনেকৈ ঠিক কৰিব পাৰো । আমি যদিও ভুল কৰি শিকিছিলো কিন্তু আমি যাতে ছাত্ৰ ছাত্ৰীক ভুলকৈ শিকাব লগা নহয়। কোন শব্দৰ ক্ষেত্ৰত কোন বৰ্ণ যোগ হলে শব্দ টো সম্পূৰ্ণ হ'ব।
প্ৰতিটো কথিত ভাষা যে লিখিত ভাষা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো আদি বিভিন্ন ধৰণৰ অভিজ্ঞতা হ'ল।
তাইজুদ্দিন আহমেদ
ReplyDeleteকামৰূপ
আজিৰ কৰ্মশালাটোৰ পৰা সচৰাচৰ গুৰুত্ব নিদিয়া কিন্তু আমাৰ কাৰনে অতিকৈ দৰকাৰী বানান আৰু বাক্য শুদ্ধকৈ লিখা বিভিন্ন কৌশলৰ বিষয়ে দৃষ্টিগোচৰ হ'ল।আশা ৰাখিলোঁ অনাগত দিনত এনেকুৱা আলোচনাত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাম।অশ্মিতা কলিকতালৈ আজিৰ এই আলোচনাটো অনুষ্ঠিত কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
LATIFA AHMED (Bongaigaon)
ReplyDeleteআজিৰ কৰ্মশাত শব্দ , বাক্য, শব্দৰ সঠিক উচ্চাৰণ আদি শিকিলোঁ।যতিচিহ্নৰ ব্যৱহাৰ সম্পৰ্কে জানিব পাৰোঁ।ভুল আতৰোৱাৰ বাবে অভিধান ব্যৱহাৰ কৰিব পাৰি।সমোউচ্ছাৰিত শব্দ কিন্তু বানানৰ আৰু অৰ্থৰ পাৰ্থক্যৰ বিষয়ে জানিবলৈ পালো।
সদৌ শেষত আজিৰ কৰ্মশাই আমাক বাৰুকৈ উপকৃত কৰিছে।
মনোজ তালুকদাৰ
ReplyDeleteবাকসা
আজিৰ কৰ্মশালাৰ যোগেৰে আমি সচৰৰাচৰ ভুল হৈ থকা কিছু শদ্বৰ শুদ্ধ ব্যৱহাৰ আৰু ইয়াৰ সঠিক উচ্চাৰন জানিব পাৰিছো। মাতৃভাষাৰ ওপৰত গুৰত্ব প্ৰদান তথা শুদ্ধকৈ লিখিব আৰু পঢ়িব পৰাটো আমাৰ কৰ্তব্য। কৰ্মশালাটোৰ বাবে সন্মানীয় অস্মিতা কলিতা বাইদেউক ধন্যবাদ জনাইছো।