"যন্ত্ৰণা" written by Firoja Khatun
যন্ত্ৰণা
যেতিয়াই মনত পৰে
তোমাৰ কথালৈ,
বাৰিষাৰ বান নামি আহে
মোৰ চকুলৈ।
নাজানো কিয় মোৰ
এনেকুৱা লাগে,
হিয়াৰ মাজত জুই যেন
উমি উমি জ্বলে।
জীয়াই থকাৰ মন্ত্ৰই
হৈছে এতিয়া যন্ত্ৰণা,
তথাপি হিয়াই বিচাৰে
সদায় তোমাৰেই প্ৰেৰণা।
ফিৰোজা খাতুন

ধুনীয়া।
ReplyDeleteবহুত ভাল লাগিল পঢ়ি।
ReplyDeleteভাল লাগিছে
ReplyDeleteভাল লাগিছে পঢ়ি।।
ReplyDeletePorhi Bhal lagile....
ReplyDeleteপঢ়ি বৰ ভাল লাগিছে
ReplyDeleteবহুত ধুনীয়া হৈছে।
ReplyDeleteপঢ়ি বর ভাল লাগিছে
ReplyDeleteVery nice 👍👍
ReplyDeleteNice
ReplyDeleteNice. Keep writing!
ReplyDeleteVal lagise more
ReplyDeleteভাল লাগিছে পঢ়ি
ReplyDeleteভাল লাগিছে।
ReplyDeleteপঢ়ি ভাল লাগিছে I
ReplyDeleteVery nice
ReplyDeleteঅতি সুন্দৰ
ReplyDeleteWow very nice.
ReplyDeleteBuhut val lagil pori
ReplyDeleteMind blowing. Keep it up.
ReplyDeleteLATIFA AHMED ( Bongaigaon)
ReplyDeleteনতুন কিৰণৰে ওলাই আহক ,তাৰে কামনাৰে।বহুত ভাল লাগিছে।
পঢ়ি ভাল লাগিল ।
ReplyDeleteকবিতাটো পঢ়ি খুবেই ভাল লাগিল ।
ReplyDeletePurabi Pathak.
ReplyDeleteবৰ ধুনীয়া হৈছে ।
Natya Rabha
ReplyDeleteপঢ়ি ভাল লাগিছে।
Nice
ReplyDeleteSamiya khatun
ReplyDeleteWow . Khub Val lagise
বিনয় ডাউকা
ReplyDeleteসুন্দৰ অনুভৱ।অন্তৰ চুই গৈছে।
Nice
ReplyDelete