অনুৰোধৰবন্তিঃ
~ বদিউৰ
জামান
হে
আই....
হে মোৰ মাতৃভূমি...
এচেৰেঙা পোহৰৰ আশাত
অনুৰোধৰ বন্তি জ্বলাইছো..
মোৰ সুখাভিলাষী শৈশৱৰ আলিবাটত
নৰক নাসাজিবা,
পুতলা খেলৰ সতেই মই
জীৱনৰ সোৱাদ লম
য’ত অনুদ্বেগ হব মোৰ কুমলীয়া
শৈশৱ ৷
তোমালোকৰ মনত মই বাৰু
কেনেকৈ অৱহেলিতৰ ভাজন হলোঁ?
কিয় মোক অপ্ৰত্যাশিত কৰ্মৰ
বোৱাৰী সাজেৰে সজ্জিত হৈ
আনৰ চোতাল
শোভাবৰ্ধন কৰিবলৈ
মোৰ মনে বিচৰা নাই,
শতবাৰ কৰযোৰ কৰিছো
মৰহি যাবলৈ নিদিবা
মোৰ সুখাভিলাষী স্কুলীয়া
শৈশৱক.... ।
দৰিদ্ৰতা মাথোঁন,
নিদিওঁ দুৰ্বলতাক প্ৰশ্ৰয়
মোৰ এই ব্যথিত জীৱনত
মোৰো এটা সপোন আছে
বাস্তৱায়িত হব এদিন
সফলতাৰ বাকৰিত ৷
I liked the poem. Keep it up Badiur !!
ReplyDeleteবদিউৰ , ভাল লাগিল কবিতাতো। আশা থাকিল নতুন লেখনী আকৌ পঢ়িব পাম।
ReplyDeleteভাল লাগিল কবিতাতো । আগলৈ এনেকুৱা লেখনী আকৌ পাম বুলি আশা থাকিল।।
ReplyDeleteNice to read! It would be a weapon against child marriage.
ReplyDeleteReally it's very good 👍, keep doing Badiur, hope shortly we will get one another written.
ReplyDeleteval lagil kobitati
ReplyDeleteকবিতাটো পঢ়ি বৰ ভাল লাগিলে বদিউৰ। আগলৈকে কবিতাবোৰ এনেকৈয়ে পাই থাকিম বুলি আশা ৰাখিলো।
ReplyDeleteভাল লাগিল পঢ়ি 👍
ReplyDeleteকবিতাটো পঢ়ি খুবেই ভাল লাগিল ।
ReplyDeleteপঢ়ি ভাল লাগিল কবিতাটো I
ReplyDeleteপঢ়ি বহুত ভাল লাগিল ।
ReplyDeleteভাল লাগিল কবিতাটো পঢ়ি
ReplyDeleteখুবেই ভাল লাগিছে
ReplyDeleteভাল লাগিছে কবিতাটো পঢ়ি, আগলৈকে আৰু নতুন কবিতা পঢ়িবলৈ পাম বুলি আশা ৰাখিলোঁ।
ReplyDeleteসকলোলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ৷ আপোনালোকৰ মৰম আৰু মন্তব্যবোৰৰ পৰা মই বহুখিনি অনুপ্ৰাণিত হৈছোঁ ৷
ReplyDeleteভা্ল লাগি্ল কবিতাটো পঢ়ি 👍
ReplyDeleteNice
ReplyDeleteKabita tu Pori bohud val lagise
ReplyDeleteWell written. Keep writing 👍
ReplyDeleteमोजां नांबाय खनथाइखौ फरायनानै...........
ReplyDelete